bowbow-leggedness

bow pin (English) [ IPA: ˈbæʊ ˈpɪn ASM: বৌ পিন]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-22
1. (Material Noun-Neuter) the pin of ox or buffalo yoke. ম’হ বা গৰুৰ ডিঙিৰপৰা যুঁৱলি বাগৰি পৰিব নোৱৰাকৈ যুঁৱলিত বিন্ধা দি ডিঙিৰ দুই কাষে মাৰি দিয়া গোটা শাল বা খুঁটি৷